Mudanças entre as edições de "Predefinição:Main page/intro/as"
De Wiki Recife
wikirecife>Shirayuki m (cat) |
m (uma edição) |
(Sem diferença)
| |
Edição atual tal como às 11h53min de 10 de agosto de 2021
মিডিয়াৱিকি হৈছে এক মুক্ত উৎসৰ ৱিকি ছফ্টৱেৰ পেকেজ, ইয়াক মূলতঃ ৱিকিকিপিডিয়াত ব্যৱহাৰ কৰা, পিএইচপি প্ৰ'গ্ৰামিং ভাষাত লিখা হয়। বৰ্তমান এই ছফ্টৱেৰটোৱে অব্যৱসায়িক প্ৰতিষ্ঠান, ৱিকিমিডিয়া প্ৰতিষ্ঠানৰ বিভিন্ন পৰিসেৱা আৰু প্ৰকল্পৰ কৃতকৰ্মকো সামৰি লয়; আনকি এই ৱেবছাইট অৰ্থাৎ মিডিয়াৱিকিয়েও এই ছফ্টৱেৰৰ জৰিয়তেই কাম কৰে। নিম্নোক্ত সংযোগসমূহৰ দ্বাৰা আপুনি এই ৱেবছাইটোৰ বিভিন্ন প্ৰৱন্ধ তথা অন্যান্য পৃষ্ঠাসমূহ পঢ়িব আৰু তাৰ পৰা ব্যৱহাৰিক জ্ঞান লাভ কৰিব পাৰিব। মিডিয়াৱিকি সম্পৰ্কীয় যিকোনো সাধাৰণ প্ৰশ্নাৱলীৰ উত্তৰৰ বাবে যোগাযোগ পৃষ্ঠাটো চাব পাৰে আৰু অন্য প্ৰয়োজনীয় সাহাৰ্য পাব পাৰে। মিডিয়াৱিকি সংক্ৰান্তত আপোনাৰ যদি কিবা জানিবলগীয়া আছে, অনুগ্ৰহ কৰি ফ'ৰামলৈ যাওক। Predefinição:Languages